অসম

assam

By

Published : Dec 30, 2020, 11:40 AM IST

ETV Bharat / sports

স্পেনিছ ফুটবল টীম এটলেটিক মেড্ৰিডেৰ পৰা অব্যাহতি খেলুৱৈ ডিয়েগ' কোস্তাৰৰ

স্পেনিছ ফুটবল টীম এটলেটিক মেড্ৰিডেৰ পৰা অব্যাহতি লোৱাৰ কথা প্ৰকাশ খেলুৱৈ ডিয়েগ' কোস্তাৰৰ । ব্যক্তিগত কাৰণ বশত: অব্যাহতি কোস্তাৰৰ ।

এটলেটিক মেড্ৰিডেৰ পৰা অব্যাহতি খেলুৱৈ ডিয়েগ' কোস্তাৰৰ

স্পৰ্টছ ডেস্ক, ৩০ ডিচেম্বৰ: স্পেনিছ ফুটবল টীম এটলেটিক মেড্ৰিডে বুধবাৰে ঘোষণা কৰে যে ব্যক্তিগত কাৰণ বশত: খেলুৱৈ ডিয়েগ' কোস্তাৰৰে হোৱা চুক্তিৰ সমাপ্ত কৰিবলৈ একমত প্ৰকাশ কৰে । এই চুক্তি ২০২১ চনৰ ৩০ জুনত সমাপ্তি হ'ব । এটলেটিকে তেওঁলোকৰ ৱেবচাইটত প্ৰকাশ কৰা অনুসৰি এটলেটিক মেড্ৰিডৰে হোৱা ডিয়েগ' কোস্তাৰৰ চুক্তিৰ সমাপ্ত ঘটিবলৈ উপনীত হৈছে । আৰু ইয়াৰ ২০২১ চনৰ ৩০ জুনত সমাপ্তি ঘটিব । ব্যক্তিগত কাৰণ বশত: কোস্তাৰে চুক্তি স্বাক্ষৰ কৰি দল এৰাৰ সিদ্ধান্ত লোৱাৰ কথা প্ৰকাশ কৰে । কোস্তাৰৰ এই সিদ্ধান্তক ক্লাৱটোৱে ধন্যবাদ জনাই তেওঁৰ অনাগত দিনৰ ভবিষ্যতৰ বাবে শুভকামনা জনায় ।

চেলছিয়া টীমলৈ ৩২ বছৰীয়া প্ৰাক্তন কোস্তাক ২০১৭-১৮ বৰ্ষৰ ফুটবল চিজনলৈ ক্লাৱটোত উভতাৰ পাচত কৰা চুক্তিলৈ ছয়মাহ সময় বাকী আছিল ।

স্পেইনত ঘোষণাৰ এদিন পূৰ্বে কোৱা হৈছে যে আৰ্চেনাল জানুৱাৰীত স্থানান্তৰণ কৰিবলৈ কোস্তাৰৰ স্বাক্ষৰ লোৱা হ'ব ।

উল্লেখযোগ্য যে কোস্তাই চেলছিয়াৰ ক্লাৱত উভতাৰ পাচত এটলেটিক টীমৰ হৈ খেলা ৮১ খন প্ৰতিযোগীতাত ১৯ গল দিবলৈ সক্ষম হয় ।

লগতে পঢ়ক: ওবেৰ্ষ্টফ’ৰ্ডত স্কি জাম্পিং অ’পেনাৰ জয়লাভ কাৰ্ল গেইগাৰৰ

ABOUT THE AUTHOR

...view details