নিউজ ডেস্ক, ৯ মাৰ্চ: ৰিয়েল মাদ্ৰিদৰ অধিনায়ক চাৰ্জিঅ' ৰাম'চক দলৰ পৰা বৰ্খাস্ত কৰাৰ ভাবুকি প্ৰদান কৰিছে ক্লাবৰ সভাপতি ফ্লৰেন্টিনো পেৰেজে । মঙ্গলবাৰে আমষ্টাৰডামৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনত পৰাজিত হোৱাৰ ফলত দলটো চেম্পিয়নছ্ লীগৰ পৰা বাহিৰ হ'ব লগা হয় ।
দলৰ পৰা বৰ্খাস্ত কৰাৰ ভাবুকি ৰাম'চক - ETV BHARAT
ৰিয়েল মাদ্ৰিদৰ অধিনায়ক চাৰ্জিঅ' ৰাম'চক দলৰ পৰা বৰ্খাস্ত কৰাৰ ভাবুকি প্ৰদান কৰিছে ক্লাবৰ সভাপতি ফ্লৰেন্টিনো পেৰেজে । মঙ্গলবাৰে আমষ্টাৰডামৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনত পৰাজিত হোৱাৰ ফলত দলটো চেম্পিয়নছ্ লীগৰ পৰা বাহিৰ হ'ব লগা হয় ।

SERGIO RAMOS
দলৰ এই পৰাজয়ত ক্ষুদ্ধ হৈ ক্লাবৰ সভাপতি পেৰেজে ড্ৰেছিং ৰূমত ৰাম'চক বৰ্খাস্ত কৰাৰ ভাবুকি দিয়ে ।