অসম

assam

ETV Bharat / sports

নগাঁৱত বৰচিলা যুৱক সংঘৰ সৌজন্যত এখনি প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা - অতিৰিক্ত উপায়ুক্ত

নগাঁৱত বৰচিলা যুৱক সংঘৰ সৌজন্যত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা দেওবাৰে অনুষ্ঠিত হয় ৷ প্ৰতিযোগিতাখনিত জে. বি. ক্লাৱ, কাছমাৰী বনাম সোনাইপৰীয়া আঞ্চলিক ফুটবল ক্লাৱৰ মাজত হোৱা চূড়ান্ত খেলখনত জে. বি. ক্লাৱ, কাছমাৰী দলটো 4-2 গলৰ ব্যৱধানত বিজয়ী হয় ।

prize-money-football-tournament-in-nagaon
নগাঁৱত বৰচিলা যুৱক সংঘৰ সৌজন্যত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা সম্পন্ন

By

Published : Nov 29, 2020, 10:31 PM IST

নগাঁও, 29 নৱেম্বৰ :নগাঁৱত বৰচিলা যুৱক সংঘৰ সৌজন্যত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা দেওবাৰে অনুষ্ঠিত হয় ৷ প্ৰতিযোগিতাখনিত জে. বি. ক্লাৱ, কাছমাৰী বনাম সোনাইপৰীয়া আঞ্চলিক ফুটবল ক্লাৱৰ মাজত হোৱা চূড়ান্ত খেলখনত জে. বি. ক্লাৱ, কাছমাৰী দলটো 4-2 গলৰ ব্যৱধানত বিজয়ী হয় ।

নগাঁৱত বৰচিলা যুৱক সংঘৰ সৌজন্যত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা সম্পন্ন

নগাঁৱৰ বৰচিলাৰ উত্তৰ শিলপুখুৰী মাধ্যমিক বিদ্যালয় খেলপথাৰত বৰচিলা যুৱক সংঘৰ সৌজন‍্যত স্বৰ্গীয় গোলেশ্বৰ বৰদলৈ আৰু স্বৰ্গীয় ৰাজকুমাৰ বৰদলৈ সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখন 12 নৱেম্বৰত আৰম্ভ হৈছিল ।

উল্লেখ্য যে, প্ৰতিযোগিতাখনত নগাওঁ জিলাৰ অতিৰিক্ত উপায়ুক্ত গৰ্গমোহন দাস, তিৱা স্বায়ত্ব পৰিষদৰ প্ৰাক্তন CM ধৰ্মেন্দ নাথ বৰদলৈৰ লগতে বহুতো ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :৯৩ সংখ্যক হাউলী ৰাস মহোৎসৱৰ শুভাৰম্ভ কৰে ৰঞ্জিত দাসে

ABOUT THE AUTHOR

...view details