অসম

assam

By

Published : Mar 13, 2019, 6:42 PM IST

ETV Bharat / sports

শাৰীৰিক নিৰ্যাতিতৰ বাবে আৰ্থিক সাহায্য আঁচনি মানচেষ্টাৰ চিটীৰ

ইংলিছ প্ৰিমিয়াৰ লীগ ক্লাৱ মানচেষ্টাৰ চিটীয়ে শাৰীৰিক নিৰ্যাতনৰ বলি সকলৰ বাবে আৰম্ভ কৰিছে এখন আৰ্থিক সাহায্য আঁচনি । এই আঁচনিয়ে বেৰী বেনেলৰ কামনাৰ বলি হোৱা শিশুসকলকো সাঙুৰি ল'ব ।

MANCHESTER CITY

নিউজ ডেস্ক, ১৩ মাৰ্চ: ইংলিছ প্ৰিমিয়াৰ লীগ ক্লাৱ মানচেষ্টাৰ চিটীয়ে শাৰীৰিক নিৰ্যাতনৰ বলি সকলৰ বাবে আৰম্ভ কৰিছে এখন আৰ্থিক সাহায্য আঁচনি । এই আঁচনিৰ জৰিয়তে শাৰীৰিক নিৰ্যাতনৰ বলি হোৱা শিশুসকলক সহায়ৰ হাত আগবঢ়াব ক্লাবটোৱে ।

এই আঁচনি সেইসকল শিশুৰ বাবেও প্ৰযোজ্য হ'ব যিসকলে ক্লাৱটোৰে প্ৰাক্তন যুৱ প্ৰশিক্ষক বেৰী বেনেলৰ কামনাৰ বলি হৈছিল । বেনেলৰ এই কুকাৰ্য ধৰা পৰাৰ পাছতে তেওঁক ২০১৮ চনত ৩০ বছৰৰ বাবে জেইল দিয়া হৈছিল ।

ABOUT THE AUTHOR

...view details