অসম

assam

ETV Bharat / sports

ওমানৰ হাতত পৰাস্ত ভাৰত

2020 ফিফা বিশ্বকাপৰ প্ৰথমখন কোৱালিফায়িং মেচত পৰাস্ত ভাৰত ৷ 2-1 গ’লত ওমানৰ হাতত পৰাজয় বৰণ ভাৰতৰ ৷

By

Published : Sep 5, 2019, 9:37 PM IST

ওমানৰ হাতত পৰাস্ত ভাৰত

  • ওমানৰ হাতত পৰাস্ত ভাৰত
  • 2020 ফিফা বিশ্বকাপৰ প্ৰথমখন কোৱালিফায়িং মেচত পৰাস্ত ভাৰত
  • 2-1 গ’লত ওমানৰ হাতত পৰাজয় বৰণ ভাৰতৰ
  • ভাৰতৰ হৈ প্ৰথমটো গ’ল কৰে সুনীল চেত্ৰীয়ে (24 মিনিটত)
  • ওমানৰ হৈ গ’ল কৰে ৰাবিয়া চাইড এল আলৱি এল মানধাৰে (82 আৰু 90 মিনিটত)
  • ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম (সৰুসজাই) অনুষ্ঠিত হৈছিল হাই ভল্টজ মেচখন
  • ফিফাৰ 87 ৰেংকিঙত ওমান
  • আনহাতে ফিফাৰ 103 ৰেকিঙত আছে ভাৰতীয় দলটো
  • ইয়াৰ পূৰ্বে দুয়োখন দেশৰ মাজত অনুষ্ঠিত হৈছে 7 খনকৈ মেচ
  • ভাৰতে 1 বাৰ আৰু ওমানে 4 বাৰ জয়ী হৈছে
  • 2 খন মেচ অমীমাংসিত হৈ ৰৈছে দুয়োখন দেশৰ মাজত

ABOUT THE AUTHOR

...view details