স্পৰ্টছ ডেস্ক, 1 অক্টোবৰ : শ্বেইখ জায়েদ ষ্টেডিয়ামত অনুষ্ঠিত আইপিএলৰ মেচত টছত জয়ী হৈ ফিল্ডিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কিংছ ইলেভেন পাঞ্জাৱৰ অধিনায়ক কে. এল. ৰাহুলে ৷ এই মেচত পাঞ্জাৱ দলে এটা সালসলনি ঘটাইছে যদিও মুম্বাই ইণ্ডিয়ানছ দলে কোনো সালসলনি ঘটোৱা নাই ৷ অশ্বিনক বিৰতি দি তেওঁৰ স্থানত কৃষ্ণাপ্পা গৌথামক স্থান প্ৰদান কৰা হৈছে ৷
বৰ্তমান পৰ্যন্ত মুম্বাই দলে বেটিং কৰি দুটা উইকেট হেৰুৱাই 41 ৰাণ সংগ্ৰহ কৰিছে ৷ ডি ককে শূন্য ৰাণ আৰু সূৰ্যকুমাৰ যাদৱে 10 ৰাণ সংগ্ৰহ কৰি উইকেট হেৰুৱাইছে ৷
দল :