স্পৰ্টছ ডেস্ক, 3 অক্টোবৰ :13 সংখ্যক আইপিএলত আজি দুখনকৈ মেচ অনুষ্ঠিত হ'ব ৷ প্ৰথমখন মেচত আবু ধাবিত মুখামুখি হ'ব ৰাজস্থান ৰয়েলছ (RR) আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেগাংলুৰ (RCB) ৷
আইপিএল 2020 : আজি অনুষ্ঠিত হ'ব দুখনকৈ মেচ - ৰাজস্থান ৰয়েলছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বেগাংলুৰ
আইপিএলত আজি অনুষ্ঠিত হ'ব দুখনকৈ মেচ ৷ এখন মেচত ৰাজস্থান আৰু বেংগালুৰ আৰু আন এখন মেচত দিল্লী আৰু কলকাতা মুখামুখি হ'ব ৷
আজি অনুষ্ঠিত হ'ব দুখনকৈ মেচ
আনহাতে, আন এখন মেচত মুখামুখি হ'ব দুবাৰৰ চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছে (KKR) আৰু দিল্লী কেপিটেলছৰ (DC) ৷ এই মেচ শ্বাৰজাহ ক্ৰিকেট ষ্টেডিমায়ত অনুষ্ঠিত হ'ব ৷ তিনিখন মেচৰ পৰা দুয়ো দলে বৰ্তমানলৈকে সংগ্ৰহ কৰিছে চাৰি পইন্টকৈ ৷
লগতে পঢ়ক :আইপিএল 2020 : আজি হায়দৰাবাদৰ বিৰুদ্ধে মুখামুখী হ'ব চেন্নাই