অসম

assam

ETV Bharat / sports

আইপিএল-2020ৰ পৰা বাহিৰ ঈশান্ত শৰ্মা - দিল্লী কেপিটেলছ

দিল্লী কেপিটেলছৰ তীব্ৰবেগী বলাৰ ঈশান্ত শৰ্মাক আইপিএল-2020ৰ পৰা বাহিৰ কৰা হৈছে ৷ প্ৰশিক্ষণৰ সময়ত হোৱা মাংসপেশীৰ বিষৰ বাবে খেলৰ পৰা বাহিৰ হৈছে খেলুৱৈ গৰাকী ৷

Delhi Capitals' Ishant Sharma ruled out of IPL 2020
আইপিএল-2020ৰ পৰা বাহিৰ ঈশান্ত শৰ্মা

By

Published : Oct 12, 2020, 10:45 PM IST

স্প’ৰ্টছ ডেস্ক,12 অক্টোবৰ: চলিত আইপিএলৰ পৰা বাহিৰ হৈছে দিল্লী কেপিটেলছৰ তীব্ৰবেগী বলাৰ ঈশান্ত শৰ্মা ৷ 7 অক্টোবৰত দলৰ প্ৰশিক্ষণৰ সময়ত মাংসপেশীত বিষ হোৱাৰ পাচতে আইপিএল সন্থাই এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

29 ছেপ্তেম্বৰত চানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৰ্থাৎ চলিত আইপিএলৰ এখনেই মেচত অংশ লৈছিল 32 বছৰীয়া খেলুৱৈ গৰাকীয়ে ৷ খেলখনত এটাও উইকেট সংগ্ৰহ কৰিব পৰা নাছিল ঈশান্ত শৰ্মাই ৷

বৰ্তমানলৈ 97 খন টেষ্ট,14 খন আন্তঃৰাষ্ট্ৰীয় টি-20 আৰু 80 খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে ঈশান্ত শৰ্মাই ৷

লগতে পঢ়ক:KKR vs RCB : টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত বেংগালুৰৰ

ABOUT THE AUTHOR

...view details