অসম

assam

By

Published : Apr 15, 2021, 8:28 PM IST

ETV Bharat / sports

আইপিএল 2021: টচত জিকি বলিঙৰ সিদ্ধান্ত ৰাজস্থান ৰয়েলছৰ

আজি ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত হৈছে আইপিএল-2021 ৰ সপ্তমখন মেচ ৷ টচত জিকি ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজস্থান ৰয়েলছে ৷

IPL 2020: Rajasthan Royals opt to bowl against Delhi Capitals
IPL 2021: টচত জিকি বলিঙৰ সিদ্ধান্ত ৰাজস্থান ৰয়েলচৰ

স্পৰ্টছ ডেস্ক,15 এপ্ৰিল: আজি ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত হৈছে আইপিএল-2021 ৰ সপ্তমখন মেচ ৷ টচত জিকি ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজস্থান ৰয়েলছে ৷ ৱাংখেড়ে ষ্টেডিয়ামত চলি থকা এই মেচত দিল্লী কেপিটেলছে সুন্দৰ ইনিংছৰ আৰম্ভণি কৰে ৷

উল্লেখ্য যে, ইতিপূৰ্বে দিল্লী কেপিটেলছে নতুন অধিনায়ক পন্থৰ নেতৃত্বত চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শন কৰি জয় লাভ কৰিছিল ৷

লগতে পঢ়ক: COVID-১৯ ত আক্ৰান্ত ডেনিল মেডভেদেৱ

ABOUT THE AUTHOR

...view details