অসম

assam

ETV Bharat / sports

আজিৰ মেচত দিল্লী কেপিটেলছৰ মুখামুখি ছুপাৰ কিংছ

মঙ্গলবাৰে দিল্লীৰ ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামত দিল্লী কেপিটেলছৰ মুখামুখি হ'ব চেন্নাই ছুপাৰ কিংছ

By

Published : Mar 26, 2019, 3:33 PM IST

TODAY'S IPL MATCH: DELHI CAPITALS VS SUPER KINGS

নিউজ ডেস্ক, 26 মাৰ্চঃমঙলবাৰে দিল্লীৰ ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামত দিল্লী কেপিটেলছৰ মুখামুখি হ'ব চেন্নাই ছুপাৰ কিংছ ৷ দুয়োটা দলেই প্ৰথমখন মেচতে প্ৰত্যয়জনক জয় সাব্যস্ত কৰাৰ পাছত এইখন মেচ সমতাৰ যুঁজ হিচাপে পৰিগণিত হৈছে ৷

TODAY'S IPL MATCH: DELHI CAPITALS VS SUPER KINGS

উল্লেখ্য যে,মহেন্দ্ৰ সিং ধোনীৰ অধিনায়কত্বত চেন্নাই ছুপাৰ কিংছে পূৰ্বৰ মেচত বাংগালোৰৰ বিৰুদ্ধে জয় সাব্যস্ত কৰাৰ বিপৰীতে দিল্লী দলে শ্ৰেয়াস আয়াৰৰ অধিনায়কত্বত পূৰ্বৰ মেচত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে জয়ী হৈছিল ৷

ABOUT THE AUTHOR

...view details