অসম

assam

By

Published : Mar 24, 2019, 12:35 AM IST

Updated : Mar 24, 2019, 1:57 AM IST

ETV Bharat / sports

আই পি এলত ৰাইনাৰ পাঁচ হাজাৰ ৰান

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে আই পি এলৰ দ্বাদশ সংস্কৰণৰ প্ৰথমখন মেচত ৫০০০ ৰান সম্পূৰ্ণ সুৰেশ ৰাইনাৰ

আই পি এলত পাঁচ হাজাৰ ৰান সম্পূৰ্ণ কৰা প্ৰথমগৰাকী খেলুৱৈ ৰাইনা

স্পৰ্টছ ডেস্ক, ২৩ মাৰ্চঃ আই পি এলৰ দ্বাদশ সংস্কৰণৰ প্ৰথমখন মেচত শনিবাৰে এক অভিলেখ গঢ়িবলৈ সক্ষম হয় বাওঁহাতৰ বেটছমেন সুৰেশ ৰাইনাই । আই পি এলৰ ইতিহাসত ৫০০০ ৰান সম্পূৰ্ণ কৰা প্ৰথমগৰাকী ক্ৰিকেটাৰ হ'ল সুৰেশ ৰাইনা । ৰাইনাই আই পি এলৰ ১৭৭খন মেচৰ ১৭৩ টা ইনিংছত এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয় । মেচখনত ৰাইনাই ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে 19 ৰান সংগ্ৰহ কৰে । মেচখনত ৭ উইকেট জয় লাভ কৰে বৰ্তমানৰ চেম্পিয়ন দল চেন্নাই চুপাৰ কিংছে ।

Last Updated : Mar 24, 2019, 1:57 AM IST

ABOUT THE AUTHOR

...view details