অসম

assam

By

Published : Mar 28, 2019, 12:59 AM IST

ETV Bharat / sports

আই পি এলত আজি কিংছ ইলেভেন বনাম কলকাতা নাইট ৰাইডাৰ্ছ

ইডেন গাৰ্ডেনত নিশা 8 বজাৰ পৰা অনুষ্ঠিত হ'ব খেল

kolkata_knight_riders_vs_kings_XI_punjab

স্পৰ্টছডেস্ক,27মাৰ্চ: আই পি এলৰ দ্বিতীয়খন খেললৈ সাজু হৈছে কিংছ ইলেভেন পাঞ্জাৱ৷ ইডেন গাৰ্ডেনত বুধবাৰে নিশা 8 বজাত কিংছ ইলেভেন দলটোৱে মুখামুখি হ'ব কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে৷

আজি কিংছ ইলেভেনৰ সন্মুখত কলকাতা নাইট ৰাইডাৰ্ছ
আই পি এলৰ প্ৰথমখন খেলতে মানকাড আউট কৰি বিতৰ্কত সোমাই পৰা দলটোৰ অধিনায়ক আৰ অশ্বিনে বুধবাৰে পুনৰ দলটোক নেতৃত্ব দি জয়ৰ সোৱাদ দিয়াৰ লক্ষ্যৰেই খেলপথাৰত নামিব৷ ইপিনে প্ৰথমখন খেলত সুন্দৰ প্ৰদৰ্শনেৰে জয় লাভ কৰা কলকাতা দলটোৱে ঘৰুৱা মাটিত জয়ৰ ধাৰাঅক্ষুন্ন ৰাখিবলৈ চেষ্টা চলাব৷

ABOUT THE AUTHOR

...view details