- আই পি এলত আজি মৰণপন যুঁজত অৱতীৰ্ণ হ’ব ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু
- বেংগালুৰুত অনুষ্ঠিত হ'ব আই পি এলৰ ৪৯ সংখ্যক হাইভল্টেজ মেচখন
- দুয়োটা দলেই প্লে অফত বৰ্তি থাকিবলৈ মুখামুখি হ'ব আজিৰ খেলত
- ৰাজস্থানৰ হৈ খেলিবলগীয়া অসম সন্তান ৰিয়ান ওপৰত থাকিব ক্ৰীড়াপ্ৰেমীৰ দৃষ্টি
- কলকাতা নাইট ৰাইডাৰ্চৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ জয়লাভত মূখ্য ভূমিকা পালন কৰিছিল ৰিয়ানে
আইপিএলঃ ৰাজস্থান ৰয়েলছ বনাম ৰয়েল চেলেঞ্জাৰ্চ বেংগালুৰু - RR Vs RCB
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আজিৰ মুখামুখি হ'ব ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু
IPL
Last Updated : Apr 30, 2019, 5:12 PM IST