অসম

assam

ETV Bharat / sports

আই পি এলত বুধবাৰৰ ৰণডংকা - কিংছ ইলেভেন পাঞ্জাৱ

কলকাতা নাইট ৰাইডাৰ্ছ বনাম কিংছ ইলেভেন পাঞ্জাৱ

কলকাতা নাইট ৰাইডাৰ্ছ বনাম কিংছ ইলেভেন পাঞ্জাৱ

By

Published : Mar 27, 2019, 5:55 AM IST

স্পৰ্টছ ডেস্ক, 27 মাৰ্চঃ

  • বুধবাৰে অনুষ্ঠিত হ’ব আই পি এলৰ ষষ্ঠখন মেচ
  • ইডেন গাৰ্ডনত মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছ বনাম কিংছ ইলেভেন পাঞ্জাৱ
  • সন্ধিয়া 8 বজাত ৰণভূমিত নামিব দুয়োটা দল
  • দুয়োটা দলেই ইতিমধ্য়ে নিজৰ প্ৰথমখন মেচত জয় লাভ কৰিবলৈ সক্ষম হৈছে

ABOUT THE AUTHOR

...view details