নিউজ ডেস্ক, ৯ মাৰ্চ: অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখনশৃংখলাৰ শেষৰ দুখন মেচত বিৰতি দিয়া হৈছে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা উইকেট কিপাৰ বেটছ্মেন এম. এছ. ধোনীক । প্ৰথম তিনিখন মেচত ৮৫ ৰাণ সংগ্ৰহ কৰা ধোনীৰ সলনি ঋষভ পন্তক দলত অন্তৰ্ভূক্ত কৰাৰ সম্ভাৱনা আছে ।
শেষৰ দুখন এদিনীয়াত দেখা নাযাব ধোনীক - ETV BHARAT
ভাৰতীয় দলৰ বেটিং প্ৰশিক্ষক সঞ্জয় বাংগাৰৰ ঘোষণা
![শেষৰ দুখন এদিনীয়াত দেখা নাযাব ধোনীক](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2645210-146-10fdca52-56da-43e7-867c-d030a0b91a19.jpg)
MS Dhoni
উল্লেখ্য যে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় এদিনীয়াত ৩১ ৰাণৰ ব্যৱধানত পৰাস্ত হোৱাৰ পাছত ভাৰতীয় দলৰ বেটিং প্ৰশিক্ষক সঞ্জয় বাংগাৰে এই ঘোষণাকৰে ।