নিউজ ডেস্ক, ১২ মাৰ্চ: দিল্লী আৰু জিলা ক্ৰিকেট সন্থা চমুকৈ ডিডিচিএ য়ে বাতিল কৰিছে বিৰাট কোহলী, বিৰেন্দৰ ছেহৱাগ আৰু গৌতম গম্ভীৰৰ সম্বৰ্ধনা অনুষ্ঠান । পুলৱামা আক্ৰমণত নিহত হোৱা ৪০ জন চি আৰ পি এফ জোৱানৰ সন্মানাৰ্থে এই সিদ্ধান্ত লয় ক্ৰিকেট সন্থাটোৱে ।
পুলৱামা আক্ৰমণৰ পৰিপেক্ষিতত DDCA য়ে সম্বৰ্ধনা নজনাই খেলুৱৈক - ETV BHARAT
দিল্লী আৰু জিলা ক্ৰিকেট সন্থা চমুকৈ ডিডিচিএ য়ে বাতিল কৰিছে বিৰাট কোহলী, বিৰেন্দৰ ছেহৱাগ আৰু গৌতম গম্ভীৰৰ সম্বৰ্ধনা অনুষ্ঠান
THE DELHI AND DISTRICT CRICKET ASSOCIATION
উল্লেখ্য যে, পূৰ্বে দিল্লীৰ ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগা অন্তিম অথা নিৰ্ণায়ক মেচখনত তিনিও জন ক্ৰিকেটাৰক মেচৰ আৰম্ভণিতে সম্বৰ্ধনা জনোৱাৰ কথা আছিল ।