77 ৰাণ সংগ্ৰহ কৰি আউট কোহলী - ভাৰত বনাম পাকিস্তান
বিৰাট কোহলীয়ে 65 বলত 77 ৰাণ সংগ্ৰহ কৰি উভটিল পেভিলিয়নলৈ ৷

77 ৰাণ সংগ্ৰহ কৰি আউট কোহলী
স্পৰ্টছ ডেস্ক, 16 জুন : ভাৰতৰ অধিনায়ক বিৰাট কোহলীয়ে 65 বলত 77 ৰাণ সংগ্ৰহ কৰি পেভিলিয়নলৈ উভটিল ৷ পাকিস্তানৰ বলাৰ মহম্মদ আমিৰৰ বলত ছৰফৰাজৰ হাতত কেচ দি উইকেট হেৰুৱালে অধিনায়ক গৰাকীয়ে ৷