দা অ'ভেলত শ্ৰীলংকাৰ বিৰুদ্ধে অষ্ট্ৰেলিয়া - বিশ্বকাপ ক্ৰিকেট, ২০১৯
শনিবাৰে দা অ'ভেল গ্ৰাউণ্ডত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে যুঁজত নামিব শ্ৰীলংকা দল ।

দা অ'ভেলত শ্ৰীলংকাৰ বিৰুদ্ধে অষ্ট্ৰেলিয়া
নিউজ ডেস্ক, ১৫ জুন : ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শনিবাৰে দা অ'ভেলত যুঁজত নামিব শ্ৰীলংকা দল। অষ্ট্ৰেলিয়া দলে ইয়াৰ পূৰ্বৰ দুখন মেচত ভাৰতৰ হাতত ৩৬ ৰাণত পৰাস্ত হোৱাৰ উপৰি পাকিস্তানক ৪১ ৰাণত পৰাস্ত কৰে। উল্লেখ্য যে,অষ্ট্ৰেলিয়া দল বৰ্তমান পইন্ট তালিকাৰ দ্বিতীয় স্থানত আছে।
Last Updated : Jun 18, 2019, 10:56 AM IST