আজি ৰ’জ ব’ল ক্ৰিকেট গ্ৰাউণ্ডত ভাৰত চাউথ আফ্ৰিকাৰ মেচ - চাউথ আফ্ৰিকা
ৰ’জ ব’ল ক্ৰিকেট গ্ৰাউণ্ডত আজি ভাৰত বনাম চাউথ আফ্ৰিকা

আজি ৰ’জ ব’ল ক্ৰিকেটত গ্ৰাউণ্ডত ভাৰত চাউথ আফ্ৰিকাৰ মেছ
নিউজ ডেস্ক, 5 জুন: ছাউথহেম্পটন ৰ’জ ব’ল ক্ৰিকেট গ্ৰাউণ্ডত আজি ভাৰত চাউথ আফ্ৰিকাৰ মেচ ৷ বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে এই খেলখনত ৷ বিশ্ব কাপত ভাৰতৰ এইখনেই হ’ব প্ৰথম মেচ ৷ পূৰ্বৰ দুয়োখন মেচত পৰাজয় বৰণ কৰাৰ পিছত বিজয় হোৱাৰ লক্ষ্যৰে খেলপথাৰত নামিব চাউথ আফ্ৰিকা. আনহাতে 2019 বিশ্ব কাপত প্ৰথম মেছত বিজয় হেৱাৰ লক্ষ্যৰে নামিব ভাৰত ৷
আজি ৰ’জ ব’ল ক্ৰিকেটত গ্ৰাউণ্ডত ভাৰত চাউথ আফ্ৰিকাৰ মেছ
Last Updated : Jun 5, 2019, 1:38 PM IST