স্পৰ্টছ ডেস্ক, 5 জুনঃইংলেণ্ডৰ চাউথাম্পটনত চলি আছে বিশ্বকাপৰ এক অন্যতম হাই ভল্টেজ মেচ, ভাৰত বনাম দক্ষিণ আফ্ৰিকা ৷ দক্ষিণ আফ্ৰিকাৰ 228ৰ প্ৰত্যুত্তৰত ভাৰতে হেৰুৱালে নিজৰ প্ৰথমটো উইকেট ৷ 13 ৰানৰ দলীয় স্কৰত ৰাবাডাৰ হাতত উইকেটৰ পিচত কে্টছ আউট হয় শিখৰ ধাৱন ৷ 8 ৰান কৰি আউট হয় ধাৱন ৷ বৰ্তমান ক্ৰীজত বৰ্তি আছে ৰোহিত শৰ্মা আৰু অধিনায়ক বিৰাট কোহলি ৷
2019 বিশ্বকাপঃ ভাৰতৰ প্ৰথমটো উইকেটৰ পতন - rohit
8 ৰান কৰি পেভিলিয়নলৈ উভতিল শিখৰ ধাৱন
2019 বিশ্বকাপঃ ভাৰতৰ পতন প্ৰথমটো উইকেটৰ
2019 বিশ্বকাপত এইখন হৈছে ভাৰতৰ অভিষেক মেচ আৰু দক্ষিণ আফ্ৰিকাৰ তৃতীয়খন ৷ ইয়াৰ পূৰ্বে ইংলেণ্ড আৰু বাংলাদেশৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হৈছিল দক্ষিণ আফ্ৰিকা ৷
Last Updated : Jun 5, 2019, 8:00 PM IST