অসম

assam

গুগল ডুডলত বিশ্বকাপৰ সকলো তথ্য

By

Published : May 30, 2019, 5:59 PM IST

বিশ্বকাপ ক্ৰিকেটৰ বাবে বুধবাৰে "গুগল ডুডল" উছৰ্গা কৰিলে গুগলে ৷

গুগল ডুডলত স্থান পালে বিশ্বকাপ ক্ৰিকেটে

নিউজ ডেস্ক, 30 মে': সলনি হ'ল "গুগল ডুডল" ৷ ডুডলত সন্নিবিষ্ট হ'ল বিশ্বকাপ ক্ৰিকেট ৷ এতিয়া আপুনি ডুডলত ক্লিক কৰিলেই খোল খাব বিশ্বকাপৰ 'হোম পেজ' ৷ টুইটাৰ যোগেও গুগলে প্ৰচাৰ কৰিলে বিশ্বকাপৰ এক আকৰ্ষণীয় ভিডিঅ' ৷

উল্লেখ্য যে, বুধবাৰে বিশ্বকাপৰ শুভাৰম্ভ অনুষ্ঠানৰ আৰম্ভণি কৰা হয় "60 ছেকেণ্ড চেলেঞ্জ"ৰ জৰিয়তে ৷ এই অনুষ্ঠানৰ পূৰ্বে প্ৰতিটো দলৰে অধিনায়ক সকলে ৱাকিংহাম পেলেছত উপস্থিত হৈ ৰাণী এলিজাবেথ আৰু প্ৰিন্স হেৰীক দৰ্শন কৰে ৷ বৃহস্পতিবাৰৰ পৰা আয়োজক ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অ'ভেল গ্ৰাউণ্ডত বিশ্বকাপৰ প্ৰথম খন মেচ অনুষ্ঠিত হৈছে ৷

ABOUT THE AUTHOR

...view details