অসম

assam

By

Published : Aug 16, 2019, 12:02 PM IST

ETV Bharat / sports

ৰাখী বন্ধনত যুৱৰাজ সিঙৰ হৃদয়স্পৰ্শী টুইট, অনুৰাগীৰ মাজত চৰ্চা

পৱিত্ৰ ৰাখী বন্ধনত যুৱৰাজ সিঙৰ হৃদয়স্পৰ্শী কৰা টুইট ৷ ভগ্নী-মহিলাক সুৰক্ষাৰ লগতে সম-অধিকাৰ, সন্মান দিয়াৰ কথা উল্লেখ যুৱৰাজৰ ৷

ৰাখী বন্ধনত যুৱৰাজ সিঙৰ হৃদয় স্পৰ্শ কৰা টুইট, অনুৰাগীৰ মাজত চৰ্চা

স্পৰ্টছ ডেস্ক, 16 আগষ্টঃ ৰাখী বন্ধনত যুৱৰাজ সিঙৰ হৃদয়স্পৰ্শী টুইট ৷ নাৰীৰ সন্মান আৰু সমতাক লৈ নিজৰ মনোভাৱ ব্যক্ত কৰিলে ভাৰতৰ প্ৰাক্তন খেলুৱৈগৰাকীয়ে ৷

টুইটাৰযোগে যুৱৰাজে সিঙে কয়- "এই ৰাখী বন্ধনত আমি প্ৰতিজ্ঞাবদ্ধ হওঁ নিজৰ ভগ্নীক জাতি-ধৰ্ম, বৰ্ণ নিৰ্বিশিষে সম-অধিকাৰ আৰু সন্মান প্ৰদান কৰাৰ লগতে সুৰক্ষা প্ৰদান কৰাৰ বাবে "৷ এই টুইটটোৰ পাচতেই বৰ্তমান অনুৰাগীৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে যুৱৰাজ সিঙে ৷

ABOUT THE AUTHOR

...view details