স্পৰ্টছ ডেস্ক, ৫ মাৰ্চঃ ভাৰতীয় ক্ৰিকেট জগতৰ এক লোকপ্ৰিয় লীগ হৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এল । ইপিনে আই পি এলৰ আয়োজনত আই চি চি য়ে কোনো ধৰণৰ হস্তক্ষেপ নকৰে বুলি উল্লেখ কৰে সোমবাৰে ।
আই পি এলত হস্তক্ষেপ নকৰে আই চি চি য়ে : ৰিচাৰ্ডচন - ৰিচাৰ্ডচন
বহু চৰ্চিত ক্ৰিকেট লীগ আই পি এলক লৈ আই চি চি য়ে স্পষ্ট কৰিলে স্থিতি

আই পি এলত হস্তক্ষেপ নকৰে আই চি চি য়ে : ৰিচাৰ্ডচন
আই চি চিৰ মুখ্য কাৰ্য্যবাহী বিষয়া ডেব ৰিচাৰ্ডচনে কয়, বিশ্বত বহু টি-২০ লীগ অনুষ্ঠিত হৈ আহিছে । যাৰ ভিতৰত অন্যতম হৈছে আই পি এল । আই পি এলে টি-২০ লীগৰ ক্ষেত্ৰত এক সুকীয়া স্থান গঢ়িবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি বিশ্বত টি-২০ লীগৰ প্ৰচাৰত মুখ্য ভূমিকা পালন কৰিব মন্তব্য কৰে ৰিচাৰ্ডচনে ।