অসম

assam

By

Published : Nov 28, 2019, 2:25 PM IST

ETV Bharat / sports

চিনেমা চালে বিৰাট-অনুষ্কাই ! ছ’চিয়েল মিডিয়াত ফটো শ্বেয়াৰ বিৰাটৰ

কলকাতাৰ ইডেন গাৰ্ডেনৰ ঐতিহাসিক দিবা-নৈশ টেষ্ট মেচৰ পাচত একেলগে সময় অতিবাহিত কৰিলে বিৰাট-অনুষ্কাই ৷ ছ’চিয়েল মিডিয়াত বিৰাটে শ্বেয়াৰ কৰিলে ফটো ৷

চিনেমা চালে বিৰাট-অনুষ্কাই
চিনেমা চালে বিৰাট-অনুষ্কাই

স্পৰ্টছ ডেস্ক, 28 নৱেম্বৰ:ৱেষ্ট ইণ্ডিজ শৃংখলাৰ পূৰ্বে বিৰাট-অনুষ্কাই অতিবাহিত কৰিলে কিছু মধুৰ ক্ষণ ৷ কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা ঐতিহাসিক দিবা-নৈশ টেষ্ট মেচৰ পাচতে একেলগে ছবি উপভোগ কৰিলে ক্ৰিকেট-বলিউডৰ দুই তাৰকাই ৷

ছ’চিয়েল মিডিয়াত ফটো শ্বেয়াৰ বিৰাটৰ

বিৰাট কোহলিয়ে স্বয়ং নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে ফটো ৷ বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা টেষ্ট শৃংখলাৰ পূৰ্বেও ভূটান ভ্ৰমণলৈ গৈছিল দুয়োগৰাকী ৷

ভূটানত বিৰাট-অনুষ্কা

লগতে চাওক-মৰিগাঁৱত ভয়ংকৰ জালিয়াতি, 40 জন কৃষকৰ নামত আত্মসাৎ 22 লাখ টকা !

ABOUT THE AUTHOR

...view details