অসম

assam

বিজ্ঞাপনৰ ক্ষেত্ৰত ভাৰতীয় তাৰকাৰ সৰ্বোচ্চ শিখৰত ‘বিৰাট’

By

Published : Feb 7, 2020, 12:56 AM IST

Updated : Feb 7, 2020, 4:56 AM IST

"Duff & Phelps Celebrity Brand Valuation top-20" ৰ তালিকাত পুনৰ শীৰ্ষস্থান দখল ক্ৰিকেটাৰ বিৰাট কোহলীৰ ৷ এম এছ ধোনী এই তালিকাৰ নৱম স্থান দখল কৰাৰ বিপৰীতে 15 নং স্থানত শচীন তেণ্ডুলকাৰ আৰু 20 নং স্থানত আছে ৰোহিত শৰ্মা ৷

ভাৰতীয় তাৰকাৰ সৰ্বোচ্চ শিখৰত ‘বিৰাট’
ভাৰতীয় তাৰকাৰ সৰ্বোচ্চ শিখৰত ‘বিৰাট’

নিউজ ডেস্ক, 7 ফেব্ৰুৱাৰীঃতৃতীয়বাৰৰ বাবে পুনৰ "Duff & Phelps Celebrity Brand Valuation top-20" ৰ তালিকাৰ শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হ’ল ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে ৷ ইয়াৰ লগতে এই তালিকাত মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনৰ পূৰ্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে বলীউডৰ খিলাড়ী অক্ষয় কুমাৰে ৷ বিগত বৰ্ষত এই তালিকাৰ দ্বিতীয় স্থানত আছিল দীপিকা পাডুকন ৷

আনহাতে "Celebrity brand ranking top-20" ৰ তালিকাৰ তৃতীয় আৰু চতুৰ্থ স্থান দখল কৰে ক্ৰমে বলীউডৰ জনপ্ৰিয় জুটি দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে ৷ ইয়াৰ বিপৰীতে এই তালিকাত নতুনকৈ নাম অন্তৰ্ভুক্তি কৰিবলৈ সক্ষম হয় আয়ুস্মান খুড়ানা আৰু টাইগাৰ শ্ৰফে ৷

বিৰাট কোহলি

চাও আহক তালিকাত অন্তৰ্ভুক্ত হোৱা তাৰকা সকলৰ নাম-

1. বিৰাট কোহলি

  • Brand Rank, 2019: 1
  • Brand Rank, 2018: 1
  • Brand Value: USD 237.5 মিলিয়ন
    অক্ষয় কুমাৰ

2. অক্ষয় কুমাৰ

  • Brand Rank, 2019: 2
  • Brand Rank, 2018: 3
  • Brand Value: USD 104.5 মিলিয়ন
    দীপিকা পাডুকণ

3. দীপিকা পাডুকন

  • Brand Rank, 2019: 3
  • Brand Rank, 2018: 2
  • Brand Value: USD 93.5 মিলিয়ন

4. ৰণবীৰ সিং

  • Brand Rank, 2019: 4
  • Brand Rank, 2018: 4
  • Brand Value: USD 93.5 মিলিয়ন
    শ্বাহৰুখ খান

5. শ্বাহৰুখ খান

  • Brand Rank, 2019: 5
  • Brand Rank, 2018: 5
  • Brand Value: USD 66.1 মিলিয়ন
    ছলমান খান

6. ছলমান খান

  • Brand Rank, 2019: 6
  • Brand Rank, 2018: 6
  • Brand Value: USD 55.7 মিলিয়ন
    আলিয়া ভাট্ট

7. আলিয়া ভাট্ট

  • Brand Rank, 2019: 7
  • Brand Rank, 2018: 8
  • Brand Value: USD 45.8 মিলিয়ন
    অমিতাভ বচ্চন

8. অমিতাভ বচ্চন

  • Brand Rank, 2019: 8
  • Brand Rank, 2018: 7
  • Brand Value: USD 42.5 মিলিয়ন

9. মহেন্দ্ৰ সিং ধোনি

  • Brand Rank, 2019: 9
  • Brand Rank, 2018: 12
  • Brand Value: USD 42.5 মিলিয়ন

10. আয়ুস্মান খুড়ানা

  • Brand Rank, 2019: 10
  • Brand Rank, 2018: নতুন
  • Brand Value: USD 40.3 মিলিয়ন
    হৃত ৰোশন

11. হৃতিক ৰোশন

  • Brand Rank, 2019: 11
  • Brand Rank, 2018: 10
  • Brand Value: USD 38.9 মিলিয়ন

12. বৰুণ ধাৱন

  • Brand Rank, 2019: 12
  • Brand Rank, 2018: 9
  • Brand Value: USD 35.2 মিলিয়ন
    প্ৰীয়ংকা চোপ্ৰা

13. প্ৰিয়ংকা চোপ্ৰা

  • Brand Rank, 2019: 13
  • Brand Rank, 2018: 19
  • Brand Value: USD 32.2 মিলিয়ন

14. ৰণবীৰ কাপুৰ

  • Brand Rank, 2019: 14
  • Brand Rank, 2018: 16
  • Brand Value: USD 27.0 মিলিয়ন

15. শচীন তেণ্ডুলকাৰ

  • Brand Rank, 2019: 15
  • Brand Rank, 2018: 14
  • Brand Value: USD 25.1 মিলিয়ন

16. আমিৰ খান

  • Brand Rank, 2019: 16
  • Brand Rank, 2018: 11
  • Brand Value: USD 24.9 মিলিয়ন

17. টাইগাৰ শ্ৰফ

  • Brand Rank, 2019: 17
  • Brand Rank, 2018: নতুন
  • Brand Value: USD 24.2 মিলিয়ন
    অনুষ্কা শৰ্মা

18. অনুষ্কা শৰ্মা

  • Brand Rank, 2019: 18
  • Brand Rank, 2018: 13
  • Brand Value: USD 23.9 মিলিয়ন
    কৰীণা কাপুৰ খান

19. কৰীণা কাপুৰ

  • Brand Rank, 2019: 19
  • Brand Rank, 2018: 17
  • Brand Value: USD 23.7 মিলিয়ন

20. ৰোহিত শৰ্মা

  • Brand Rank, 2019: 20
  • Brand Rank, 2018: নতুন
  • Brand Value: USD 23.0 মিলিয়ন
Last Updated : Feb 7, 2020, 4:56 AM IST

ABOUT THE AUTHOR

...view details