অসম

assam

ETV Bharat / sports

১৮৪ ৰানেৰে ইনিংছ সামৰিলে কিংছ ইলেভেন পাঞ্জাৱে - 184 ৰান

স্ব মহিমাত গেইলৰ পত্যাবৰ্তন, চৰফৰাজ খানৰো দৰ্শনীয় বেটিং

স্ব মহিমাত গেইলৰ পত্যাবৰ্তন

By

Published : Mar 25, 2019, 11:37 PM IST

স্পৰ্টচ ডেস্ক, 25 মাৰ্চঃ আইপিল-11 সংস্কৰণত স্বমহিমাৰে পত্যাৱৰ্তন কৰিছে বিস্ফোৰক অপেনাৰ ক্ৰিছ গেইলে৷ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অনুষ্ঠিত খেল খনত গেইলে 47 টা বলত সংগ্ৰহ কৰা 79 ৰানৰ সহায়ত কিংছ ইলেভেন পাঞ্জাৱে নিৰ্ধাৰিত 20 অভাৰত চাৰিটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে 184 ৰান৷ গেইলৰ উপৰিও দলটোৰ হৈ ছৰফৰাজ খানে অপৰাজিত ভাবে সংগ্ৰহ কৰে 46 ৰান৷ ৰাজস্থান ৰয়েলচৰ হৈ সৰ্বাধিক দুটা উইকেট লাভ কৰে বেন ষ্টকে৷

স্ব মহিমাত গেইলৰ পত্যাবৰ্তন
184 ৰান সংগ্ৰহ কিংছ ইলেভেন পাঞ্জাৱ
চৰফৰাজ খানৰ দৰ্শনীয় বেটিং

ABOUT THE AUTHOR

...view details