অসম

assam

By

Published : Nov 10, 2020, 4:06 PM IST

ETV Bharat / sports

মহিলাৰ টি 20 চেলেঞ্জ ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতাৰ চেম্পিয়ন ট্ৰাইলব্লাজাছ

মহিলাৰ টি 20 চেলেঞ্জ ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতাৰ চূড়ান্ত খেল খনত স্মৃতি মান্দানাৰ নেতৃত্বাধীন ট্ৰাইলব্লাজাছে 16 ৰানত পৰাস্থ কৰে চুপাৰনভাছ দলক ৷ প্ৰতিযোগিতাখনৰ দুবাৰকৈ বিজয়ী দল আছিল চুপাৰনভাছ ৷

Trailblazers clinch maiden WT20 Challeng
মহিলাৰ টি 20 চেলেঞ্জ ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতাৰ চেম্পিয়ন ট্ৰাইলব্লাজাছ

নিউজ ডেস্ক, 10 নৱেম্বৰঃ মহিলাৰ টি 20 চেলেঞ্জ ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰিলৈ সক্ষম হ'ল ট্ৰাইলব্লাজাছে ৷ প্ৰতিযোগিতাখনৰ চূড়ান্ত খেল খনত স্মৃতি মান্দানাৰ নেতৃত্বাধীন ট্ৰাইলব্লাজাছে 16 ৰানত পৰাস্থ কৰে চুপাৰনভাছ দলক ৷

ট্ৰফি সৈতে স্মৃতি মান্দানা

উল্লেখ্য যে, টি 20 চেলেঞ্জ ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতাখনৰ দুবাৰকৈ বিজয়ী দল আছিল চুপাৰনভাছ ৷ চূড়ান্ত খেলখন অনুষ্ঠিত হৈছিল শ্বাহজাহ ক্ৰিকেট ইষ্টেডিয়ামত ৷

ট্ৰফি গ্ৰহণৰ সময়ত

লগতে পঢ়কঃপৰ্যটকৰ বাবে মুকলি হ'ল পবিতৰা

ABOUT THE AUTHOR

...view details