অসম

assam

2019 ৰ আজিৰ দিনটো : কম বয়সত অৰ্ধশতক অৰ্জন কৰি অভিলেখ গঢ়িছিল শ্বেফালী বৰ্মাই

শ্বেফালীয়ে বেষ্ট ইণ্ডিজৰ বিৰুদ্ধে 2019 বৰ্ষৰ আজিৰ দিনটোত গ্ৰাছ আইলেটত অনুষ্ঠিত হোৱা পাঁচখন টি-20 ৰ প্ৰথমখন মেচত বেষ্ট ইণ্ডিজৰ বিৰুদ্ধে 73 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ শ্বেফালীয়ে 15 বছৰ 285 দিনত এই অৰ্ধশতক অৰ্জন কৰিবলৈ সক্ষম হয় ৷

By

Published : Nov 9, 2020, 4:31 PM IST

Published : Nov 9, 2020, 4:31 PM IST

This Day That Year: Shafali became youngest Indian to score int'l half-century
কম বয়সত অৰ্ধশতক অৰ্জন কৰি অভিলেখ মহিলা ক্ৰিকেটাৰ শ্বেফালী বৰ্মাৰ

স্পৰ্টছ ডেস্ক, 9 নৱেম্বৰ :2019 বৰ্ষৰ আজিৰ দিনটোত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ বেটচমেন শ্বেফালী বৰ্মাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সবাতোকৈ কম বয়সত অৰ্ধশতক অৰ্জন কৰা ভাৰতীয় ক্ৰিকেটাৰ হিচাপে অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল ৷ শ্বেফালীয়ে বেষ্ট ইণ্ডিজৰ বিৰুদ্ধে 2019 বৰ্ষৰ আজিৰ দিনটোত গ্ৰাছ আইলেটত অনুষ্টিত হোৱা পাঁচখন টি-20 ৰ প্ৰথমখন মেচত বেষ্টেণ্ডিজৰ বিৰুদ্ধে 73 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷ শ্বেফালীয়ে 15 বছৰ 285 দিনত এই অৰ্ধশতক অৰ্জন কৰিবলৈ সক্ষম হয় ৷ এই ক্ষেত্ৰত খেলুৱৈগৰাকীয়ে শচীন তেণ্ডুলকাৰৰ 30 বছৰ পূৰ্বৰ ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছিল ৷

উল্লেখ্য যে, শচীন তেণ্ডুলকাৰে 16 বছৰ 214 দিনত পাকিস্তানৰ বিৰুদ্ধে প্ৰথম টেষ্টত অৰ্ধশতক অৰ্জন কৰিছিল ৷

লগতে পঢ়ক:স্বাস্থ্যকৰ্মীৰ বাহিৰে কোনো দৰ্শক উপস্থিত থাকিব নোৱাৰিব বাহৰেইন F1 ৰেচত

ABOUT THE AUTHOR

...view details