নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰী: বেটছ্মেন স্মৃতি মন্দানাৰ ৬৩ ৰাণ আৰু অধিনায়িকা মিতালী ৰাজৰ ৪৭ ৰাণৰ জৰিয়তে ভাৰতীয় মহিলা দলে ইংলেণ্ডক ৭ উইকেটত পৰাজিত কৰিবলৈ সক্ষম হৈছে ।
স্মৃতি মন্দানাৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে ভাৰতৰ শৃংখলা দখল - ইংলেণ্ড মহিলা দল
২-০ ৰ ব্যৱধানত জয় সাব্যস্ত কৰি শৃংখলা দখল কৰে ভাৰতৰ মহিলা ক্ৰিকেট দলে

INDIAN WOMEN'S TEAM
এই জয়েৰে ভাৰতীয় দলে ৩ খনীয়া শৃংখলাত ২-০ ৰ ব্যৱধানত জয় সাব্যস্ত কৰি শৃংখলা দখল কৰিছে ।