অসম

assam

ETV Bharat / sports

মুম্বাই ইণ্ডিয়ানচ বনাম কলকাতা নাইট ৰাইডাৰ্ছৰ খেল চোৱাৰ পিছতে মালিংগাক প্ৰশংসা কৰে মাহেলা জয়াবৰ্ধনে - মুম্বাই ইণ্ডিয়ানচ বনাম কলকাতা নাইট ৰাইডাৰছ

লাচিথ মালিংগাই কলকাতা নাইট ৰাইডাৰ্ছৰ বিপৰীতে সুন্দৰ প্ৰদৰ্শন কৰি মন জয় কৰে মুম্বাই ইণ্ডিয়ানচৰ মুখ্য প্ৰশিক্ষক মাহেলা জয়াবৰ্ধনৰ

মালিংগাক প্ৰশংসা কৰে মাহেলা জয়াবৰ্ধনে

By

Published : May 6, 2019, 11:17 AM IST

মুম্বাই,৬ মে': মুম্বাই ইণ্ডিয়ানচৰ মুখ্য প্ৰশিক্ষক মাহেলা জয়াবৰ্ধনে কলকাতা নাইট ৰাইডাৰ্ছৰ বিপৰীতে লাচিথ মালিংগাই কৰা দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে সুন্দৰ প্ৰশংসা কৰে। তেওঁ কৰা বলিঙৰ বাবে প্ৰশংসা কৰে প্ৰশিক্ষকগৰাকীয়ে । উল্লেখ্য যে, লাচিথ মালিংগাই কলকাতা নাইট ৰাইডাৰ্ছৰ বিপৰীতে দেওবাৰৰ খেলখনত তিনিটা উইকেট সংগ্ৰহ কৰে ।

ABOUT THE AUTHOR

...view details