নিউজ ডেস্ক, ১৭ মাৰ্চ: বাংলাদেশ ক্ৰিকেট দলৰ অপেনাৰ বেটছ্মেন তামিম ইকবালে জনাই যে নিউজিলেণ্ডৰ খ্ৰীষ্টচাৰ্চত সংঘটিত ঘটনাৰ পাছত তেওঁলোকে যি মানসিক আঘাত পাইছে তাৰ পৰা হাত হাৰিবলৈ দলটোক বহু সময়ৰ প্ৰয়োজন । লগতে বিস্ফোৰক খেলুৱৈ গৰাকীয়ে মন্তব্য কৰে যে পৰিয়ালৰ সকলো সদস্য এই ঘটনাক লৈ চিন্তিত হৈ আছিল সেয়েহে ঘৰলৈ ঘূৰি আহি শান্তি লাভ কৰিছে ।
এই মানসিক আঘাতৰ পৰা ওলাবলৈ সময় লাগিব: তামিম ইকবাল
বাংলাদেশ ক্ৰিকেট দলৰ বিস্ফোৰক বেটছ্মেন তামিম ইকবালে নিউজিলেণ্ডত সংঘটিত গুলীবৰ্ষণৰ ঘটনাই তেওঁলোকক মানসিক আঘাত দিয়া বুলি জনায় ।
BANGLADESH CRICKET TEAM
উল্লেখ্য যে, শুকুৰবাৰে নিউজিলেণ্ডত সংঘটিত চাঞ্চল্যকাৰী গুলীবৰ্ষণৰ সময়ত বাংলাদেশ ক্ৰিকেট দলটো ঘটনাস্থলীৰ পৰা ওচৰতে আছিল ।