নিউজ ডেস্ক, 8 এপ্ৰিল :ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড (বিচিচিআই)ৰ সচিব জয় শ্বাহে শুকুৰবাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ চতুৰ্দশ সংস্কৰণৰ উদ্বোধনী খেলৰ অংশ হ'বলৈ ভাৰতীয় বিশেষভাৱে সক্ষম ক্ৰিকেট পৰিষদ (ডিচিচিআই)ৰ কাৰ্যবাহী সকলক আমন্ত্ৰণ জনাইছে ৷ ডিচিচিআইৰ সভাপতি মহন্তেশ জিকেই উক্ত উদ্বোধনী মেচত আমন্ত্ৰণ জনোৱাৰ বাবে জয় শ্বাহক ধন্যবাদ জনায় ।
IPL 2021: বিচিচিআই সভাপতিক ধন্যবাদ জনালে মহন্তেশ জিকেই - ডিচিচিআই
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড (বিচিচিআই)ৰ সচিব জয় শ্বাহে শুকুৰবাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ চতুৰ্দশ সংস্কৰণৰ উদ্বোধনী খেলৰ অংশ হ'বলৈ ভাৰতীয় বিশেষভাৱে সক্ষম ক্ৰিকেট পৰিষদ (ডিচিচিআই)ৰ কাৰ্যবাহী সকলক আমন্ত্ৰণ জনাইছে ৷ ডিচিচিআইৰ সভাপতি মহন্তেশ জিকেই উক্ত উদ্বোধনী মেচত আমন্ত্ৰণ জনোৱাৰ বাবে জয় শ্বাহক ধন্যবাদ জনায় ।
IPL 2021: বিচিচিআই সভাপতিক ধন্যবাদ জনালে মহন্তেশ জিকেই, কিন্তু কিয় ?
"বিশ্বৰ আটাইতকৈ ডাঙৰ টি-২০ টুৰ্ণামেণ্টৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিবলৈ আমাক আমন্ত্ৰণ জনোৱাৰ বাবে আমি জয় শ্বাহৰ ওচৰত কৃতজ্ঞ । আৰম্ভণিৰ পৰাই তেওঁ যথেষ্ট উৎসাহজনক হৈ আহিছে আৰু দেশত বিভিন্ন ধৰণৰ ক্ৰিকেটৰ প্ৰচাৰ কৰি আহিছে," তেওঁ কয় ।
লগতে পঢ়ক: ৰহাৰ মণিপুৰ টুপত ভয়ানক অগ্নিকাণ্ড