নিউজ ডেস্ক, ২৫ ফেব্ৰ্ুৱাৰী: পুলৱামা কাণ্ডৰ শ্বহীদৰ সন্মানাৰ্থে ভাৰতীয় দলে ভিজাগ ক্ৰিকেট ষ্টেডিয়ামত পৰিধান কৰে ক'লা আৰ্মবেণ্ড । ভাৰত বনাম অষ্ট্ৰেলিয়া প্ৰথম টি-২০ ত ক'লা আৰ্মবেণ্ড পৰিধানেৰে দলটোৱে এই বীৰশ্বহীদকেইজনক সন্মান জনায় ।
ভাৰতীয় দলৰ ক'লা আৰ্মবেণ্ড পৰিধান - ETV BHARAT
পুলৱামা কাণ্ডৰ শ্বহীদৰ সন্মানাৰ্থে ভাৰত বনাম অষ্ট্ৰেলিয়া প্ৰথম টি-২০ ত ভাৰতীয় ক্ৰিকেট দলৰ বিশেষ পদক্ষেপ ।
![ভাৰতীয় দলৰ ক'লা আৰ্মবেণ্ড পৰিধান](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2541329-802-6475f144-5cda-48ba-b491-47994198b479.jpg)
INDIAN TEAM WEARING BLACK ARMBANDS
উল্লেখ্য যে, ইয়াৰ পূৰ্বে বিচিচিআয়ে আইপিএলৰ উদ্বোধনী অনুষ্ঠান বাতিল কৰি খৰচ হ'বলগীয়া প্ৰায় ১৫ কোটি টকা শ্বহীদসকলৰ পৰিয়াললৈ উৎসৰ্গা কৰে । ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীয়েও মন্তব্য কৰে যে পুলৱামা কাণ্ডত দলৰ প্ৰত্যেকজন খেলুৱৈয়ে গভীৰ শোক প্ৰকাশ কৰিছে ।