নিউজ ডেস্ক, 22 ডিচেম্বৰ:কটকৰ বাৰাবতি ষ্টেডিয়াত অনুষ্ঠিত হোৱা এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত 3000 ৰান সম্পূৰ্ণ কৰি দ্বিতীয়গৰাকী দ্ৰুততম বেটচমেনহিচাপে পৰিগণিত হ'ল ৱেষ্ট ইণ্ডিজৰ অপেনাৰ ছাই হ'পচ ৷ ভাৰতৰ স'তে হোৱা তৃতীয় তথা অন্তিমখন এদিনীয়াত ৱেষ্ট ইণ্ডিজৰ খেলুৱৈগৰাকীয়ে এই সফলতা লাভ কৰে ৷
3000 ৰানেৰে বিশ্বৰ দ্বিতীয় দ্ৰুততম বেটচমেন হিচাপে পৰিগণিত ৱেষ্ট ইণ্ডিজৰ অপেনাৰ ছাই হ'পচ - ৱেষ্ট ইণ্ডিজৰ অপেনাৰ ছাই হ'পচ
ছাই হ'পচে নিজৰ 67 নং এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত 5 টা ছয়ৰে 42 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷
![3000 ৰানেৰে বিশ্বৰ দ্বিতীয় দ্ৰুততম বেটচমেন হিচাপে পৰিগণিত ৱেষ্ট ইণ্ডিজৰ অপেনাৰ ছাই হ'পচ 3000 ৰানেৰে দ্বিতীয় দ্ৰুততম বেটচমেন হিচাপে পৰিগণিত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5458874-365-5458874-1577017217186.jpg)
3000 ৰানেৰে দ্বিতীয় দ্ৰুততম বেটচমেন হিচাপে পৰিগণিত
ছাই হ'পচে নিজৰ 67 নং এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত 5 টা ছয়ৰে 42 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, এই দৌৰত দক্ষিণ আফ্ৰিকাৰ হাছিম আমলাই নিজৰ 57 সংখ্যক এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত 3000 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷
লগতে পঢ়ক: কটকত শৃংখলা দখলৰ লক্ষ্যৰে নামিব ভাৰতীয় দল
Last Updated : Dec 22, 2019, 7:46 PM IST