স্পৰ্টছ ডেস্ক, 16 মাৰ্চ :ইংলেণ্ড বনাম ভাৰত টি-20 ছিৰিজৰ তৃতীয়খন মেচত ভাৰতে প্ৰথমে বেটিং কৰি 6 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছে 156 ৰাণ ৷ ভাৰতৰ হৈ অধিনায়ক বিৰাট কোহলীয়ে 46 বলত সংগ্ৰহ কৰে 77 ৰাণ ৷
ভাৰত বনাম ইংলেণ্ড : কোহলীৰ অৰ্ধশতকৰে ভাৰতৰ সংগ্ৰহ 156/6 - প্ৰথমে বেটিং কৰি ভাৰতৰ সংগ্ৰহ 156 ৰাণ
প্ৰথমে বেটিং কৰি ভাৰতৰ সংগ্ৰহ 156 ৰাণ ৷ ভাৰতৰ হৈ সৰ্বাধিক 77 ৰাণ সংগ্ৰহ কৰে কোহলীয়ে ৷
![ভাৰত বনাম ইংলেণ্ড : কোহলীৰ অৰ্ধশতকৰে ভাৰতৰ সংগ্ৰহ 156/6 ভাৰত বনাম ইংলেণ্ড](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11036153-thumbnail-3x2-kohli.jpg)
বিৰাট কোহলী
উল্লেখ্য যে, টছত জয়ী হৈ ভ্ৰমণকাৰী ইংলেণ্ড দলে ভাৰতক বেটিঙৰ বাবে আহ্বান জনায় ৷ ইংলেণ্ডৰ হৈ মাৰ্ক উদে 31 ৰাণত 3 টা উইকেট দখল কৰাৰ বিপৰীতে ক্ৰিছ জৰ্ডানে 35 ৰাণ দি 1 টা উইকেট দখল কৰে ৷
লগতে পঢ়ক :কিষাণ আৰু ঋষভ পণ্টে কোহলীক অনুসৰণ কৰাতো বিচাৰে সেহৱাগে