স্পৰ্টছ ডেস্ক, 30 মে' : আজিৰে পৰা আৰম্ভ হৈছে দ্বাদশ সংখ্যক ক্ৰিকেট বিশ্বকাপ ৷ বিশ্বৰ আগশাৰীৰ শীৰ্ষ 10 টা দলে আগবঢ়াব প্ৰতিদ্বন্দিতা ৷ বিয়লি 3 বজাৰ লগে লগে ক্ৰিকেটৰ মক্কাৰূপে খ্যাত "দ্যা অভেলত" সন্মুখ সমৰত নামিছে ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকা ৷ ইতিমধ্যে টছত জয়ী হৈ প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে দক্ষিণ আফ্ৰিকাই ৷
বিশ্বকাপ 2019 : ইংলেণ্ড বনাম দক্ষিণ আফ্ৰিকা ! - জো ৰুট,
বিশ্বকাপ 2019 ৰ প্ৰথমখন মেচত সন্মুখ সমৰত ইংলেণ্ড বনাম দক্ষিণ আফ্ৰিকা ৷ ইতিমধ্যে টছত জয়ী হৈ প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে দক্ষিণ আফ্ৰিকাই ৷
বিশ্বকাপ 2019 : প্ৰথমখন মেচত সমুখ সমৰত ইংলেণ্ড বনাম দক্ষিণ আফ্ৰিকা !
ইংলেণ্ড দলৰ বাবে প্ৰথমখন মেচৰ প্লেয়িং 11 ক্ৰমে, ইয়ান মৰগান( অধিনায়ক), জেচন ৰয়, জু ৰুট, জনী বেয়াষ্টৰ, জচ ৱাটলাৰ, ৱেন ষ্টোকচ, মইন আলী, ক্ৰিছ ৱাৰ্কচ, আদিল ৰাছিদ, লিয়াম প্লানকিট, জোফৰা আৰ্চাৰ ৷
আনহাতে, দক্ষিণ আফ্ৰিকাৰ প্লেয়িং 11 ক্ৰমে,ফাফ দ্যু প্লিছ,( অধিনায়ক) হাসিম আমলা, কুইন্টন ডি কক, এইডন মাকৰম, ৰাছেই ডুছান, জেপি ডুমিনি, ডৱাইন প্ৰেটোৰিয়াছ, এনডিলি ফেলকোৱাইও, কাগিস্ৰো ৰাবাডা, লুংগি নিগডি, ইমৰাণ তাহিৰ ৷
Last Updated : May 30, 2019, 4:03 PM IST