স্পৰ্টছ ডেস্ক, 1 আগষ্টঃইংলেণ্ডৰ গৃহভূমীত আজিৰ পৰা অনুষ্ঠিত হৈছে ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত এছেজ শৃংখলা ৷ দুয়োখন দেশৰ মাজত এইখন হৈছে 71 সংখ্যক এছেজ শৃংখলা ৷ অষ্ট্ৰেলিয়াই 33 খন শৃংখলাত জয় লাভ কৰাৰ বিপৰীতে 32 খন শৃংখলাত জয় লাভ কৰিবলৈ সক্ষম হৈছে ইংলেণ্ডে ৷ দুয়োটা দলৰ মাজত ড্ৰ’ হৈ ৰৈছে 5 খন এছেজ শৃংখলা ৷ অন্যহাতে অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত এইখন হৈছে 347 সংখ্যক টেষ্ট মেচ ৷
দুয়োটা দলৰ একাদশ হৈছে ক্ৰমে-