স্পৰ্টছ ডেস্ক, 15 মাৰ্চঃ
স্পৰ্টছ ডেস্ক, 15 মাৰ্চঃ বিশ্বকাপৰ পূৰ্বে ভাৰতীয় বেগী বলাৰ মহম্মদ শ্বামীৰ বাবে দুঃখবৰ ৷মহম্মদ শ্বামীৰ বিৰুদ্ধে যৌন নিৰ্যাতন আৰু যৌতুক উৎপীড়নৰ অভিযোগ।পত্নীৰ অভিযোগৰ ভিত্তিতেই মহম্মদ শ্বামীৰ বিৰুদ্ধে বৃহস্পতিবাৰে কলকাতা আৰক্ষীয়ে দাখিল কৰে চাৰ্জশ্বীট ৷শ্বামীৰ বিৰুদ্ধে আই পি চিৰ ধাৰা 498Aআৰু 354A ৰ অধীনত দাখিল কৰা হয় চাৰ্জশ্বীট ৷
ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ শ্বামীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ
ভাৰতীয় বেগী বলাৰ মহম্মদ শ্বামীৰ বিৰুদ্ধে বৃহস্পতিবাৰে কলকাতা আৰক্ষীৰ চাৰ্জচীট ৷ ৷মহম্মদ শ্বামীৰ বিৰুদ্ধে যৌন নিৰ্যাতন আৰু যৌতুক উৎপীড়নৰ অভিযোগ।৷ শ্বামীৰ বিৰুদ্ধে আই পি চিৰ ধাৰা 498Aআৰু 354A ৰ অধীনত দাখিল কৰা হয় চাৰ্জশ্বীট ৷
মহম্মদ শ্বামীৰ বিৰুদ্ধে চাৰ্জচীট
উল্লেখ্য যে, এই দুয়োটা ধাৰাই এক জামিনবিহীন গোচৰ ৷ গতিকে 23 মাৰ্চৰ অনুষ্ঠিত হ’বলগীয়া আই পি এল আৰু বিশ্বকাপত শ্বামীৰ খেলাক লৈ উদয় হৈছে অনিশ্চয়তা ৷ শ্বামীৰ বিৰুদ্ধে তেওঁৰ পত্নী হচীন জাহানে প্ৰায় এবছৰ পূৰ্বেই দাখিল কৰিছিল গোচৰ ৷