অসম

assam

ETV Bharat / sports

পাকিস্তানত আক্ৰমণৰ ১০ বছৰ সম্পূৰ্ণ শ্ৰীলংকা দলৰ

শ্ৰীলংকা ক্ৰিকেট দলৰ পাকিস্তানৰ মাটিত আক্ৰমণৰ বলি হোৱা সম্পূৰ্ণ হ'ল ১০ বছৰ । ২০০৯ চনৰ ৩ মাৰ্চত লাহোৰৰ গাড্ডাফি ষ্টেডিয়ামৰ ওচৰত বন্দুকধাৰীয়ে আক্ৰমণ কৰিছিল দলটোক ।

By

Published : Mar 3, 2019, 11:26 PM IST

SRI LANKAN TEAM

নিউজ ডেস্ক, ৩ মাৰ্চ: শ্ৰীলংকা ক্ৰিকেট দলৰ পাকিস্তানৰ মাটিত আক্ৰমনৰ বলি হোৱা সম্পূৰ্ণ হ'ল ১০ বছৰ । ২০০৯ চনৰ ৩ মাৰ্চত লাহোৰৰ গাড্ডাফি ষ্টেডিয়ামৰ ওচৰত বন্দুকধাৰীয়ে আক্ৰমন কৰিছিল দলটোক । আক্ৰমনত সেই সময়ৰ অধিনায়ক মাহেলা জয়াবৰ্ধনে আৰু কুমাৰ ছাংগাকাৰাৰ লগতে বহুকেইজন খেলুৱৈ আঘাতপ্ৰাপ্ত হৈছিল ।

SRI LANKAN TEAM

সেই ভয়ংকৰ আক্ৰমনৰ পাছতেই শৃংখলা বাতিল হোৱাৰ লগতে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত পাকিস্তানৰ ওপৰত ৬ বছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল ।

ABOUT THE AUTHOR

...view details