অসম

assam

ভিয়েটনাম অ’পেন: কোৱাৰ্টাৰ ফাইনেলত সৌৰভ বাৰ্মা

By

Published : Sep 13, 2019, 9:18 AM IST

কোৱাটাৰ্ৰ ফাইনেলত প্ৰৱেশ সৌৰভ বাৰ্মাৰ ৷ টুৰ্ণামেণ্টৰ পৰা বাহিৰ ছিৰিল বাৰ্মা, শুভাংকৰ ডে ৷

ভিয়েটনাম অ’পেন: কোৱাৰ্টাৰ ফাইনেলত সৌৰভ বাৰ্মা

স্পৰ্টছ ডেস্ক, 13 ছেপ্তেম্বৰঃ ভিয়েটনাম অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ সৌৰভ বাৰ্মাৰ ৷ এক কঠিন মেচত জাপানৰ ইউ ইগাৰশীক পৰাস্ত কৰি ভিয়েটনাম অ’পেনৰ বিডব্লিউএফ টুৰ ছুপাৰ 100 টুৰ্ণামেণ্টৰ পুৰুষ বৰ্গৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ সৌৰভ বাৰ্মাৰ ৷ 25-23, 24-22 ছেটত জয় লাভ কৰি অন্তিম আঠত প্ৰৱেশ কৰিবলৈ সক্ষম হয় খেলুৱৈগৰাকীয়ে ৷ সৌৰভ বৰ্মাৰ পৰৱৰ্তী মেচখন অনুষ্ঠিত হ’ব টিয়ন মিন্হ এনগুয়েনৰ বিৰুদ্ধে ৷

ছিৰিল বাৰ্মা

আনহাতে প্ৰী-কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় খেলুৱৈ ছিৰিল বাৰ্মা চীনৰ খেলুৱৈৰ হাতত 12-21, 15-21 ছেটত আৰু মালয়েছিয়াৰ খেলুৱৈৰ হাতত 11-21, 17-21 ছেটত পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয় শুভাংকৰ ডে আৰু ছিৰিল ৷

ABOUT THE AUTHOR

...view details