অসম

assam

ভিয়েটনাম অ’পেনৰ ফাইনেলত সৌৰভ বাৰ্মা

By

Published : Sep 15, 2019, 12:35 PM IST

ভিয়েটনাম অ’পেনৰ পুৰুষৰ ছিংগলছ শাখাৰ ফাইনেলত স্থান লাভ ভাৰতীয় শ্বাটলাৰ সৌৰভ বাৰ্মাৰ ৷ ছেমিফাইনেলত জাপানৰ খেলুৱৈক পৰাস্ত কৰি এই সফলতা খেলুৱৈগৰাকীৰ ৷

ভিয়েটনাম অ’পেনৰ ফাইনেলত সৌৰভ বাৰ্মা

স্পৰ্টছ ডেস্ক, 15 ছেপ্তেম্বৰঃ ভিয়েটনাম অ’পেনৰ ফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতৰ প্ৰতিভাৱান বেডমিণ্টন খেলুৱৈ সৌৰভ বৰ্মাই ৷ শ্বাটলাৰ সৌৰভ বাৰ্মাৰ ৷ ছেমিফাইনেলত জাপানৰ মিনোৰু কোগাক 51 মিনিটলৈ চলা মেচত 22-20, 21-15 ছেটত পৰাস্ত কৰি পুৰুষৰ ছিংগলছ শাখাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় খেলুৱৈগৰাকীয়ে ৷ দেওবাৰে ফাইনেলত চীনৰ চুন ফেই শিয়াংগৰ বিৰুদ্ধে মুখামুখি হ’ব সৌৰভ ৷

ABOUT THE AUTHOR

...view details