গুৱাহাটী, ১৬ ফেব্ৰুৱাৰীঃ গুৱাহাটীত অনুষ্ঠিত হোৱা ৮৩ সংখ্যক ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন ছাইনা নেহৱালৰ ।
চেম্পিয়নৰ খিতাপ ছাইনাৰ
গুৱাহাটী, ১৬ ফেব্ৰুৱাৰীঃ গুৱাহাটীত অনুষ্ঠিত হোৱা ৮৩ সংখ্যক ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন ছাইনা নেহৱালৰ ।
উল্লেখ্য যে, এই জয়ৰে ছাইনাই বিগত বৰ্ষৰ চেম্পিয়নৰ খিতাপ অৰ্জনৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে । বিগত বৰ্ষটো ছাইনা নেহৱালৰ হাততে পৰাজয়বৰণ কৰিছিল পি.ভি সিন্ধুৱে ।