অসম

assam

ETV Bharat / sports

পিভি সিন্ধুলৈ উপহাৰ এখন 'বি এম ডব্লিউ - বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ

'বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ খিতাপ' জয় লাভৰ বাবে পিভি সিন্ধুক প্ৰাক্তন অন্ধ্ৰপ্ৰদেশৰ ক্ৰিকেটাৰ ভি চমুনদেশ্বৰ নাথে উপহাৰ হিচাপে প্ৰদান কৰে এখন 'বি এম ডব্লিউ

পিভি সিন্ধুলৈ উপহাৰ এখন 'বি এম ডব্লিউ

By

Published : Sep 14, 2019, 8:22 PM IST

নিউজ ডেস্ক,14 চেপ্তেম্বৰ : বেড মিণ্টন খেলুৱৈ পি ভি সিন্ধুৱে উপহাৰ হিচাপে লাভ কৰিলে এখন 'বি এম ডব্লিউ' গাড়ী ৷ 'বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ খিতাপ' জয় লাভৰ বাবে এই পিভি সিন্ধুক এই উপহাৰ প্ৰদান কৰে প্ৰাক্তন অন্ধ্ৰপ্ৰদেশৰ ক্ৰিকেটাৰ ভি চমুনদেশ্বৰ নাথে ৷ পি ভি সিন্ধু হৈছে এই খিতাপ দখল কৰা প্ৰথম গৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ ৷

পিভি সিন্ধুলৈ উপহাৰ এখন 'বি এম ডব্লিউ
পিভি সিন্ধুক প্ৰাক্তন অন্ধ্ৰপ্ৰদেশৰ ক্ৰিকেটাৰ ভি চমুনদেশ্বৰ নাথে উপহাৰ হিচাপে প্ৰদান কৰে এখন 'বি এম ডব্লিউ

অন্ধ্ৰপ্ৰদেশৰ বেডমিণ্টন সংস্থাৰ উপ সভাপতিৰ দায়িত্বত থকা চমুনদেশ্বৰ নাথে চতুৰ্থবাৰলৈ বিলাসী গাড়ী উপহাৰ দি সন্মানিত কৰে একে চহৰৰে খেলুৱৈ গৰাকীক ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে টলিউড অভিনেতা নাগাৰ্জুনা ৷ অনুষ্ঠানটোত উপহাৰ গ্ৰহণ কৰি পি ভি সিন্ধুৱে কয় চমুনদেশ্বৰ নাথৰ পৰা উপহাৰ লাভ কৰাতো তেওঁৰ বাবে অতিকৈ প্ৰেৰণাদায়ক ৷ লগতে কয় যে ইতিমধ্যেই তেওঁ তিনিখন গাড়ী উপহাৰ দিছে ৷

বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ খিতাপ' জয় লাভৰ বাবে পিভি সিন্ধুক উপহাৰ চমুনদেশ্বৰ নাথৰ

ABOUT THE AUTHOR

...view details