স্পৰ্টছ ডেস্ক, 25 আগষ্ট : ভাৰতীয় শ্বাটলাৰ পি. ভি. সিন্ধুয়ে বিডব্লিউএফ ৱৰ্ল্ড চেম্পিয়নশ্বিপছৰ ফাইনেলত জাপানৰ নজ'মি অ'কুহাৰাক পৰাস্ত কৰে ৷ দেওবাৰে অনুষ্ঠিত ফাইনেলত ভাৰতৰ তাৰকা শ্বাটলাৰ গৰাকীয়ে জাপানৰ প্ৰতিদ্বন্দীক 21-7, 21-7 ছেটত পৰাস্ত কৰিবলৈ সক্ষম হয় ৷
এই জয়েৰে বিডব্লিউএফ ৱৰ্ল্ড চেম্পিয়নশ্বিপছত স্বৰ্ণ জয় কৰা প্ৰথম গৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয় সিন্ধু ৷