স্পৰ্টছ ডেস্ক, 22 অক্টোবৰ : ফ্ৰেন্স অ'পেনৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে ভাৰতীয় শ্বাটলাৰ শুভাংকৰ দে ৷ মঙলবাৰে অনুষ্ঠিত প্ৰথম ৰাউণ্ডৰ মেচত ইণ্ডোনেছিয়াৰ টমী ছুগিয়াৰ্টোক পৰাস্ত কৰে শ্বাটলাৰগৰাকীয়ে ৷
ফ্ৰেন্স অ'পেন : দ্বিতীয় ৰাউণ্ডলৈ উন্নীত শুভাংকৰ দে
ফ্ৰেন্স অ'পেনৰ দ্বিতীয় ৰাউণ্ডত ভাৰতীয় শ্বাটলাৰ শুভাংকৰ দে ৷ মঙলবাৰে অনুষ্ঠিত প্ৰথম ৰাউণ্ডৰ মেচত ইণ্ডোনেছিয়াৰ টমী ছুগিয়াৰ্টোক পৰাস্ত কৰে শ্বাটলাৰগৰাকীয়ে ৷
দ্বিতীয় ৰাউণ্ডত শুভাংকৰ দে
প্ৰথম ৰাউণ্ডৰ মেচত ভাৰতীয় শ্বাটলাৰগৰাকীয়ে টমীক 15-21, 19-10, 21-17 ছেটত পৰাস্ত কৰে ৷ দূৰ্দান্ত ফৰ্মত থকা শুভাংকৰে প্ৰথম ছেটত পৰাস্ত হ'লেও দ্বিতীয় আৰু তৃতীয় ছেটত প্ৰত্যাৱৰ্তন কৰাৰ লগতে মেচখন দখল কৰিবলৈ সক্ষম হয় ৷ দিনটোৰ শেষৰফালে ভাৰতৰ তাৰকা শ্বাটলাৰ পি.ভি. সিন্ধুয়ে মিছেল লিৰ বিৰুদ্ধে অন্য এখন মেচত অৱতীৰ্ণ হ'ব ৷
TAGGED:
french open latest update