অসম

assam

ETV Bharat / sports

বিশেষ অলিম্পিক: দ্বিতীয় দিনাও ভাৰতৰ সুন্দৰ প্ৰদৰ্শন - ETV BHARAT

আবু ধাবিত অনুষ্ঠিত হৈ থকা বিশেষ অলিম্পিক ২০১৯ ত এতিয়ালৈকে ভাৰতে সৰ্বমুঠ ৭০ টা পদক লাভ কৰিছে তাৰে ১৮ টা স্বৰ্ণ, ২২ টা ৰূপ আৰু ৩০ টা ব্ৰঞ্জ ।

SPECIAL OLYMPICS

By

Published : Mar 17, 2019, 7:18 PM IST

নিউজ ডেস্ক, ১৭ মাৰ্চ: আবু ধাবিত অনুষ্ঠিত হৈ থকা বিশেষ অলিম্পিকত দ্বিতীয় দিনাও ভাৰতৰ সুন্দৰ প্ৰদৰ্শন অব্যাহত আছে । দ্বিতীয় দিনা ভাৰতীয় দলে ১৪ টা স্বৰ্ণ দখলেৰে মুঠ ৫৫ টা পদক লাভ কৰিবলৈ সক্ষম হৈছে । ভাৰতীয় ৰোলাৰ স্কেটাৰ্ছৰ দলে ৯ টা স্বৰ্ণ, ১৩ টা ৰূপ আৰু ২ টা ব্ৰঞ্জৰ পদক লাভ কৰে । ভাৰত্তোলনত ২৩ টা পদক লাভ কৰাৰ বিপৰীতে চাইক্লিং আৰু জুডোত দুটাকৈ স্বৰ্ণ লাভ কৰে ।

SPECIAL OLYMPICS

এই দুই দিনত ভাৰতে সৰ্বমুঠ ৭০ টা পদক লাভ কৰিছে তাৰে ১৮ টা স্বৰ্ণ, ২২ টা ৰূপ আৰু ৩০ টা ব্ৰঞ্জ ।

ABOUT THE AUTHOR

...view details