অসম

assam

ETV Bharat / sports

পদক নিশ্চিত শিৱ থাপাৰ

ফিনলেণ্ডৰ হেলচিংকিত অনুষ্ঠিত হৈ থকা ৩৮ তম জি বি বক্সিং টুৰ্ণামেন্টত পদক নিশ্চিত কৰিছে শিৱ থাপাই । শিৱ থাপাৰ উপৰিও ভাৰতৰ ৭ জনকৈ বক্সাৰে ছেমিফাইনেলত প্ৰবেশৰ জৰিয়তে মুঠ ৮ টাকৈ পদক নিশ্চিত কৰিছে ।

By

Published : Mar 10, 2019, 2:15 PM IST

SHIVA THAPA

নিউজ ডেস্ক, ১০ মাৰ্চ: ফিনলেণ্ডৰ হেলচিংকিত অনুষ্ঠিত হৈ থকা ৩৮ তম জি বি বক্সিং টুৰ্ণামেন্টত পদক নিশ্চিত কৰিছে শিৱ থাপাই । এছিয়ান চেম্পিয়নশ্বিপ জয় কৰা প্ৰথম যুৱ বক্সাৰ হিচাপে পৰিগণিত অসমৰ বক্সাৰগৰাকীয়ে ৬০ কিলোগ্ৰাম ওজন শাখাত পোলেণ্ডৰ ড'মিনিক পালকক ৫-০ ৰ ব্যৱধানত পৰাজিত কৰি পদক নিশ্চিত কৰিছে ।

SHIVA THAPA

শিৱ থাপাৰ উপৰিও ভাৰতৰ ৭ জনকৈ বক্সাৰে ছেমিফাইনেলত প্ৰবেশৰ জৰিয়তে মুঠ ৮ টাকৈ পদক নিশ্চিত কৰিছে ।

ABOUT THE AUTHOR

...view details