অসম

assam

By

Published : Dec 26, 2019, 4:45 PM IST

ETV Bharat / sitara

জুবিন গাৰ্গৰ মুখেৰে শিল্পীৰ পৰিভাষা

শিল্পী বুলি ক'লে কোন পৰ্যায়ৰ ব্যক্তি সকলক শিল্পী ভাবে জুবিন গাৰ্গে। শিল্পী সকলে লিখা কথাবোৰ,জুবিনে ৰচনা কৰা গান বোৰে সমাজৰ কি ছবি কোন সময়ত পৰিস্ফূত কৰে ? জুবিনে সম্প্ৰতি ৰচনা কৰা এটা বিষয়বস্তু 20 বছৰৰ পিছত হ'লেও সঁচা প্ৰমাণিত হ'ব বুলি ক'লে জুবিন গাৰ্গে ...

zubeen garg
জুবিন গাৰ্গ

গুৱাহাটী,26 ডিচেম্বৰঃ"শিল্পী এনেই হৈ নাযায়,বহু ধদুৱা শিল্পী আছে কিন্তু সঁচা শিল্পীয়ে সমাজৰ কিছুমান বস্তু বহুত আগতে দেখা পায়" এই মন্তব্য জুবিন গাৰ্গৰ। অসমৰ এই দুৰৱস্থাৰ কথা বহু আগতে জুবিনে অনুভৱ কৰিছিল আৰু সেইবাবেই লিখিছিল বহু কেইটা গান। কেৱল সেয়াই নহয় জুবিনে গাৰ্গে শিল্পীৰ পৰিভাষা দাঙি ধৰি এজন খেলুৱৈ,এজন কাঠ মিস্ত্ৰীকো শিল্পীৰ শাৰীত ৰাখিব খোজে বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে ৷

জুবিন গাৰ্গ

ABOUT THE AUTHOR

...view details