চিটাৰা ডেস্ক,7 মে' ঃ বলীউডৰ প্ৰসিদ্ধ অভিনেতা ঋষি কাপুৰ আৰু ইৰফান খানক শ্ৰদ্ধাঞ্জলি জনোৱাৰ অৰ্থে টেলিভিছন তাৰকাৰ বিশেষ আয়োজন ৷
ঋষি কাপুৰ- ইৰফান খানলৈ সংগীতৰ মাধ্যেমেৰ শ্ৰদ্ধাঞ্জলি জনাব টেলিভিছন তাৰকাই - ঋষি কাপুৰ- ইৰফান খানক সংগীতৰ মাধ্যেমেৰ শ্ৰদ্ধাঞ্জলি
দৰ্দ-এ-দিল নামেৰে এক ভাৰ্ছুৱেল কনছাৰ্টৰ আয়োজন কৰিছে টেলিভিছন তাৰকাসকলে ৷ য'ত অংশগ্ৰহণ কৰিব ভাৰতী সিং,মনিষ পল, হিনা খান, অৰ্জুন বিজলানী , দেৱলীনা ভট্টাচাৰ্য, সুখবিন্দৰ সিং , আদিত্য নাৰায়ণ সহিত বহুকেইজন জনপ্ৰিয় তাৰকাই ৷

ঋষি কাপুৰ- ইৰফান খানক সংগীতৰ মাধ্যেমেৰ শ্ৰদ্ধাঞ্জলি জনাব টেলিভিছন তাৰকাই
তেওঁলোকে আয়োজন কৰিছেদৰ্দ এ দিল নামৰ এক ভাৰ্ছুৱেল কনছাৰ্টৰ ৷ য'ত থাকিব ভাৰতী সিং, মনিষ পল, হিনা খান, অৰ্জুন বিজলানী , দেৱলীনা ভট্টাচাৰ্য, সুখবিন্দৰ সিং , আদিত্য নাৰায়ণৰ দৰে বহু জনপ্ৰিয় তাৰকা ৷ 10 মে' অৰ্থাৎ আগন্তুক দেওবাৰে ভাৰ্ছুৱেলি অনুষ্ঠিত হ'ব শ্ৰদ্ধাঞ্জলিৰ এই বিশেষ কনছাৰ্ট ৷
লগতে পঢ়কঃপিতৃ মহেশ ভাট্টে দূৰ কৰিলে আলিয়াৰ আটাইতকৈ ডাঙৰ ভয় !