এন্টাৰটেইনমেন্ট ডেস্ক , 24 ছেপ্টেম্বৰঃ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে সংগীত শিল্পী এচ পি বালাসুব্ৰমনিয়ামৰ ৷ চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ECMOৰ সমৰ্থনত ভৰ্তি হৈ আছে শিল্পীগৰাকী ৷ শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত বালাসুব্ৰমনিয়াম ৷ MGH হাস্পতাল কৰ্তৃপক্ষৰ প্ৰেছ বিজ্ঞপ্তি অনুসৰি, 5 আগষ্টত চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল শিল্পীগৰাকীক ৷
স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে সংগীত শিল্পী এচ পি বালাসুব্ৰমনিয়ামৰ - subramanian swami latest news
বিগত 24 ঘন্টাত শিল্পীগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটা বুলি জনায় চিকিৎসালয় কৰ্তৃপক্ষই ৷ বিশেষজ্ঞ চিকিৎসকৰ দলে পর্যবেক্ষণ কৰি আছে শিল্পীগৰাকীৰ স্বাস্থ্য ৷
![স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে সংগীত শিল্পী এচ পি বালাসুব্ৰমনিয়ামৰ Subramanian](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8925796-thumbnail-3x2-p.jpg)
এচ পি বালাসুব্ৰমন্যয়ম
লগতে পঢ়কঃ অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ডীন জ'নছৰ দেহাৱসান
বিগত 24 ঘন্টাত শিল্পীগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটা বুলি জনাই হাস্পতাল কৰ্তৃপক্ষই ৷ বিশেষজ্ঞ চিকিৎসকৰ দলে পর্যবেক্ষণ কৰি আছে শিল্পীগৰাকীৰ স্বাস্থ্য ৷ শিল্পীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ লগে লগে চ'ছিয়েল মিডিয়াত অনুৰাগীসকলে প্ৰিয় শিল্পীগৰাকীৰ আশু আৰোগ্য কামনা কৰি ঈশ্বৰক কৰিছে প্ৰাৰ্থনা ৷
Last Updated : Sep 25, 2020, 1:19 PM IST